Bada Socho Bada Bano
Assamese


Delivery Options
Please enter pincode to check delivery time.
*COD & Shipping Charges may apply on certain items.
Review final details at checkout.

LOOKING TO PLACE A BULK ORDER?CLICK HERE

About The Book

ডাঙৰ চিন্তা কৰা! ডাঙৰ মানুহ বনা!সপোনক দিঠকত পৰিণত হোৱা!”কিতাপখনৰ লেখক তৰুণ ইঞ্জিনিয়াৰে'' ধনী হোৱাৰ কিছু সিদ্ধান্ত প্রস্তুত কৰিছে যাৰ অমলত আনি লাখ-কোটি মানুহ নিজৰ জীৱন বনাইছে এতিয়া আপোনাৰ পাল...... এইখন কিতাপ আপোনাক মিছা কথা দিয়া নাই বৰঞ্চ ডাঙৰ চিন্তা ধাৰাৰ গুৰুমন্ত্ৰ শিকায় কাৰণ ডাঙৰ ব্যক্তি বনিবৰ বাবে অসাধাৰণ বুদ্ধিমানী আৰু প্ৰতিভাৰ আৱশ্যক নহয় বৰঞ্চ ডাঙৰ চিন্তা ধাৰাৰ আৱশ্যক হয়।...আৰু এইটো ডাঙৰ চিন্তা ধাৰা আপুনি এইখন কিতাপক পঢ়ি বিকশিত কৰিব পাৰে তাৰ পিছত সেই সকলো প্ৰাপ্ত কৰিব পাৰে যিটো আপুনি সপোন দেখিছিলঅর্থাৎ...• বেছিকে ধন উপাৰ্জন কৰা• সুখৰ জীৱন বনোৱা• সফল সামাজিক জীৱন জীয়াই থকা• প্রভাৱশালী বনোৱা• মধুৰ সম্বন্ধ বনোৱা• ভাল চাকৰি পোৱা• উচ্চ পদত প্রাপ্ত কৰা• আর্থিক সূৰক্ষা পোৱা• মিত্রতা সম্বন্ধ বনোৱা• ধনী ব্যক্তি বনাআপুনি এই সকলো পাব বিচাৰেনেকি?যদি হয়'' হয় তেতিয়াহলে আজিয়েই পঢ়ক আৰু ডাঙৰ মানুহ বনক!
Piracy-free
Piracy-free
Assured Quality
Assured Quality
Secure Transactions
Secure Transactions
Fast Delivery
Fast Delivery
Sustainably Printed
Sustainably Printed
downArrow

Details