Hallucination ( Maya)
Assamese

About The Book

হেলুচিনেচন পুস্তিকা খন হৃদয় ছুই যোৱা কিছু মানসিক ঘাট প্ৰটিঘাটৰ আন্তৰিক বিৱৰণ। কোনো আগজাননী নিদিয়াকৈ লিখিকাৰ জীৱন সংঘাটেৰে ভৰি পৰিছে আৰু কিদৰে তেওঁ কঠিন পৰিস্থিতিৰ সন্মুখীন হৈছে হেলুচিনেচন পুস্তিকাখনত আমি তাকেই দেখা পাও।লিভাৰ পৰিবৰ্তন কৰাৰ সময়ত হস্পিতালতআই চি ইউ ত থাকোতে হোৱা হেলুচিনেচন ৰ দৰে মানসিক অৱস্থাত যে তেওঁ ভূগিছে তাৰেই নিৰ্ভীক ভাৱে বৰ্ননা দিছে আৰু সেই ৰোগত ভোগী থকা মানুহৰ অৱস্থাৰ বৰ্ননা দি তাক বুজি পোৱাৰ অভিজ্ঞতাৰে বৰ্ননা দি আমাক সহায় কৰিছে ।পলকতে স্বামীক হেৰুৱাৰ কৰুন অনুভূতি পিতৃহাৰা ডেকা পুত্ৰৰ পৰা যক্ৰিৎ দান গ্ৰহন কৰিবলগা অৱস্থা অপাৰেচনৰ দুখ কষ্ট কিন্তু আশাৰে ভৰা যাত্ৰাৰ এই সকলোবোৰ আৰতি বাইদেৱে বান্ধবীৰ সুৰত তুলি ধৰিছে।মা-পুত্ৰৰ অপৰিসীম মৰম আৰু সৰু সৰু দিঠকৰ আৰু হেলুচিনেচন ৰ ঘটনাবিলাক পুস্তিকাখনত মোহনীয় ভাৱে প্ৰকাশ পাইছে।কলাজনিত ভাৱে লিভাৰৰ বিষয়ে যিখিনি তথ্য তেওঁ ডাঙি ধৰিছে আৰু হস্পিতাল ও ডাক্টৰ ও নাৰ্চৰ জগতত আমাক ভুমুকি মাৰিবলৈ সুযোগ দিছে সেইয়া অসমীয়া জগতলৈ হেলুচিনেচন পুস্তিকাখন আৰতি বৰুৱা বাইদেওৰ সুন্দৰ বৰঙনি।আতিফা দেশ্মুখীয়া
Piracy-free
Piracy-free
Assured Quality
Assured Quality
Secure Transactions
Secure Transactions
Delivery Options
Please enter pincode to check delivery time.
*COD & Shipping Charges may apply on certain items.
Review final details at checkout.
downArrow

Details


LOOKING TO PLACE A BULK ORDER?CLICK HERE