Sabyasachira Sabda
Delivery Options
Please enter pincode to check delivery time.
*COD & Shipping Charges may apply on certain items.
Review final details at checkout.

About The Book

<p><span style=background-color: rgba(255 255 255 1); color: rgba(34 34 34 1)>'সব্যসাচীৰ শব্দ' সংকলনটি কবি অতনু সব্যসাচীৰ জীৱনৰ ঘাত-প্ৰতিঘাত সামাজিক কর্মৰ মাজত দেউতাকৰ অতুলনীয় অৱদান আনন্দ-প্ৰেম আৰু বিষাদ মাতৃক হেৰোৱাৰ বেদনা পার্থিৱ প্ৰেমৰ সমান্তৰালকৈ অদৃশ্যৰ ইংগিত গভীৰ অনুভূতি তথা সমাজত পৰিৱর্তন আনিব পৰাকৈ কিছুমান দূৰদৃষ্টিসম্পন্ন চিন্তাধাৰাৰ এটি সুন্দৰ স্বৰলিপি ৷ গ্ৰাম্য জীৱনৰ মধুৰ স্মৃতিত আত্মগোপন কৰি থকা চিত্ৰোৎপলা নদীৰ পৰা আৰম্ভ কৰি গৌতম বুদ্ধ মহাত্মা গান্ধী ৰামকৃষ্ণ পৰমহংস জাতিৰ শ্বহীদগণ কৃষক সমাজ গোমাতা আব্দুল কালামৰ অৱদান তথা সমাজত অৱহেলিত ভোকাতুৰ বেলুনবেচা অসহায় ছোৱালীজনীৰ অধিকাৰলৈকে ইহলোক-পৰলোকৰ ধাৰণা জীৱনৰ উদ্দেশ্য বিবেকৰ আহ্বান আৰু কর্মময় জীৱনৰ মধুৰ আনন্দ তথা অন্তিমযাত্ৰাৰ আহ্বানৰ সংমিশ্ৰণে- গোটেইখিনি কবিৰ লিখনীত ভিন্নস্বাদৰ পৰিচয়ক তুলি ধৰিছে ৷</span></p>
Piracy-free
Piracy-free
Assured Quality
Assured Quality
Secure Transactions
Secure Transactions
downArrow

Details


LOOKING TO PLACE A BULK ORDER?CLICK HERE