Sex Kishore-Kishoriyon Ke Liye in Assamese (চেক্স কিশোৰ কিশোৰিয়ন কে লিয়ে)
Assamese

About The Book

চেক্স জ্ঞানৰ প্ৰতি কিশোৰ-কিশোৰী সকল যথেষ্ট আগ্রহি হয় কিন্তু আমাৰ সংকুচিত সমাজে ইয়াৰ অনুমতি নিদিয়ে যে এই বিষয়ত খুলাকৈ জ্ঞান প্রাপ্ত কৰিব পাৰো। আজি সমাজ কিছু উদাৰতালৈ খোজ লৈছে। ইলেকট্রনীক মিডিয়ায়ো যৌন শিক্ষাৰ প্রতি কিশোৰ-কিশোৰীক জগোৱা আৰম্ভ কৰিব। পত্ৰ-পত্ৰীকা সমূহতো এই বিষয়ত নিয়মিত টোকা ছপা আৰম্ভ হৈছে। এতিয়া এই বিষয় লাজৰ নহয়। সমাজৰ যোগাত্মক ৰূপে যৌন শিক্ষাক এক নতুন দশা আৰু দিশ দিছে। অধ্যয়ণৰ সৈতে কিশোৰ- কিশোৰীক যদি প্ৰাৰম্ভিক যৌন শিক্ষা দিয়া হয় ইয়াত একো বেয়া নাই বৰং ভবিষ্যতে হব লগা বিকাৰৰ প্ৰতি সচেতন থাকিব আৰু ইয়াকো মন দিব লাগিব যে বৈবাহিক জীৱনত প্ৰৱেশ কৰি চেক্সক অঙ্গীকৃত কৰিব লাগিবই তেন্তে এনে বিষয়ত জ্ঞান প্রাপ্তৰ পৰা বঞ্চিত কৰাৰ দৰ্কাৰ কি ?
Piracy-free
Piracy-free
Assured Quality
Assured Quality
Secure Transactions
Secure Transactions
Delivery Options
Please enter pincode to check delivery time.
*COD & Shipping Charges may apply on certain items.
Review final details at checkout.
downArrow

Details


LOOKING TO PLACE A BULK ORDER?CLICK HERE