উকা হৃদয়ৰ ডেউকা
Assamese

About The Book

<p>উকা হৃদয়ৰ ডেউকা এখন অকল কিতাপেই নহয়। এইখন হ'ল মোৰ মনত বিচৰণ কৰি ফুৰা চিন্তাৰ সমষ্টি। নানান সময়ত নানান চিন্তাই হৃদয় খন চুই যায়। বেছি চিন্তা নকৰি এটা প্ৰেম কাহিনীৰ আঁত ধৰি লিখোঁতে লিখোঁতে কেতিয়া এখন কিতাপৰ ৰূপ ল'লে গমকে নাপালো ।<br />এতিয়া আহিল মনৰ কথা। যিমানেই নহঁওক কিয় পঢ়ুৱৈ নাথাকিলে এগৰাকী লেখক অথবা এগৰাকী লেখিকা কেতিয়াও সফল হৱ নোৱাৰে । মোৰ বন্ধুৱৰ্গ তথা পৰিয়ালৰ উৎসাহ আৰু মৰমৰ ফলত এই খন কিতাপ আজি প্ৰকাশৰ পথত ।<br />সদৌ শেষত এই খন মোৰ প্ৰথম কিতাপ । গতিকে ভুল  হোৱাটো স্বাভাৱিক কথা । মোৰ ভুল-ভ্ৰান্তি বোৰ আঙুলিয়াই দিয়াৰ আশাৰে সকলোকে অজস্ৰ প্ৰণাম জনালোঁ ।</p>
Piracy-free
Piracy-free
Assured Quality
Assured Quality
Secure Transactions
Secure Transactions
Delivery Options
Please enter pincode to check delivery time.
*COD & Shipping Charges may apply on certain items.
Review final details at checkout.
downArrow

Details


LOOKING TO PLACE A BULK ORDER?CLICK HERE